ঈদৰ নামাজৰ মাজতে পাকিস্তানত বোমা বিস্ফোৰণ ::: ১০ জন আহত

পাকিস্তানৰ চিকাৰপুৰ জিলাৰ খানপুৰত ঈদৰ নামাজৰ মাজতে বোমা বিস্ফোৰণ হোৱাত ১০ জন লোক আহত হয়। ইয়াৰ ভিতৰত ২ জন আৰক্ষীৰ লোক হয় । চহৰখনৰ চিঞা মছজিদত আত্ম ঘাটি বোমাৰুৱে এই কাৰ্য্য সংঘটিত কৰিছে বুলি সংবাদ প্ৰতিষ্ঠানৰ এক বাতৰিত প্ৰকাশ ।
Share on Google Plus

About Unknown

0 comments:

Post a Comment