শিক্ষা, স্বাস্থ্য,বিত্ত বিভাগৰ মন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কাজিৰঙাৰ উচ্ছেদ অভিযানৰ বাবে নগাঁও জিলা প্রশাসনিক অভিনন্দন জনাইছে। মন্ত্রী ড° শৰ্মাই কাজিৰঙাৰ উচ্ছেদ সম্পৰ্কত টুইটাৰযোগ নগাঁও প্রশাসনিক অভিনন্দন জ্ঞাপন কৰে। টুইট বার্তাটােত মন্ত্রী ড° শৰ্মাই জাতি, মাটি আৰু ভেটিক লৈ আপোচ নহয় বুলি উল্লেখ কৰে। তেওঁ লগতে উচ্ছেদিত প্রকৃত ভূমিৰ গৰাকীক চৰকাৰে ক্ষতিপূৰণ আদায় দি সংস্থাপনৰ ব্যৱস্থা কৰিব বুলিও প্রকাশ কৰে।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment