মুখ্যমন্ত্ৰী সোণোৱালে ডিব্ৰুগড় জিলাত বিশিষ্ট নাগৰিক আৰু দল-সংগঠনৰ প্ৰতিনিধিৰ সৈতে কালি আয়োজিত এখন মত-বিনিময় অনুষ্ঠানত অংশ লৈ কয়--- ৰাইজৰ আশীৰ্বাদ আৰু পৰামৰ্শই কঠিন পথ আৰু কামক সহজ কৰি তোলে । অসম নিৰ্মাণৰ এই অভিযানত তেখেতসকলৰ প্ৰতিটো নিদেৰ্শনাক সাৰোগত কৰি আমি আগবাঢ়িব লাগিব । আগন্তুক সময়ত "নিদিও আৰু নলওঁ" নীতিৰে এখন নিকা আৰু দুৰ্নীতিমুক্ত অসম গঢ়াত প্ৰত্যেকজন ব্যক্তি তথা প্ৰত্যেকটো দল-সংগঠনে আমাক দৃঢ়তাৰে সহযোগ দিব লাগিব ।
Subscribe to:
Post Comments
(
Atom
)

0 comments:
Post a Comment