অসমত সক্ৰিয় শিশু সৰবৰাহকাৰী চক্ৰ::দুজন শিশু উদ্ধাৰ

বৰপেটাৰোড ৰেল ষ্টেচনত দিল্লী লৈ নিব খোজা দুজন লৰা উদ্ধাৰ । উদ্ধাৰ হোৱা ল'ৰা দুজন হৈছে জাহিদুল ইছলাম আৰু নিজাম আলী । কামাখ্যা ৰে'ল ষ্টেছনত কোনো মানৱ সৰবৰাহ কাৰীৰ কবলত পৰি দিল্লী অভিমূখী 14055 নামনিমূখী ব্ৰহ্মপুত্ৰ মেইলত দিল্লী অভিমূখে যাত্ৰা কৰে। কিন্তু  গাড়ীত TTE ৰ চকুত পৰে আৰু শোধ পোছ কৰি বৰপেটাৰোড ৰেল ষ্টেছনৰ টিকট পৰীক্ষকক চমজাই দিয়াৰ ফলত দুটি কণমানি শিশুৰ জীৱন ৰক্ষা পৰে।ইতিমধ্যে পৰিয়ালৰ লগত যোগাযোগ কৰা হৈছে ।
Share on Google Plus

About Unknown

0 comments:

Post a Comment