গুৱাহাটীৰ গনেশগুৰীৰ Hotel La Sun City ত আজি ৪ জনকৈ লোকৰ মৃতদেহ উদ্ধাৰ হোৱাক লৈ এক চাঞ্চল্যৰ সৃষ্টি হৈছে । মৃতদেহ উদ্ধাৰ হোৱা লোক কেইজন হৈছে --- প্ৰশান্ত কুমাৰ (৩৬), তেওঁৰ পত্নী পম্পি কলিতা(২৬), খুড়শালী অনামিকা কলিতা(২১) আৰু তেওঁৰ চাৰি বছৰীয়া শিশু সন্তানৰ বুলি জানিব পৰা গৈছে । আৰক্ষীয়ে পৰিয়ালটিয়ে বিষ পান কৰি আত্মহত্যা কৰা বুলি সন্দেহ কৰিছে। পৰিয়ালটো ছিপাঝাৰ অঞ্চলৰ বুলি জনা গৈছে।
Subscribe to:
Post Comments
(
Atom
)

0 comments:
Post a Comment