বৰপেটা সত্ৰত আজি "ভোজন ব্যৱহাৰ" ঝুমুৰা ৰূপায়ন::

আজি বৰপেটা সত্ৰত উদযাপন কৰা হয় সত্ৰৰ আদি সত্ৰাধিকাৰ শ্ৰীশ্ৰী মথুৰাদাস বুঢ়াআতাৰ কীৰ্ত্তন মহোৎসৱ ৷এই উপলক্ষে সত্ৰত পুৱাৰ প্ৰসঙ্গৰ অন্তত গায়ন-বায়নে গুৰুঘাত বজাই "ভোজন ব্যৱহাৰ"ঝুমুৰা ৰূপায়ন কৰে ৷
ফটো:: প্ৰিয়ৰঞ্জন দাস।

Share on Google Plus

About Unknown

0 comments:

Post a Comment