ভাৰতৰ ধনী ব্যক্তিসকলৰ তালিকাত বাবা ৰামদেৱৰ পতঞ্জলিৰ মুখ্য কার্যবাহী আচার্য বালকৃষ্ণই স্থান লাভ কৰিছে। বালকৃষ্ণ ২৫,৬০০ কোটি টকাৰ সম্পত্তিৰে মালিক । ‘হাৰুন ইণ্ডিয়া ৰীচ্ছ লিষ্ট-২০১৬’ৰ এফ এম চি জি খণ্ডৰ ধনাঢ্য ব্যক্তিসকলৰ তালিকাত শীর্ষস্থানত আছে ডাবৰৰ আনন্দ বৰ্মন। তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ হ’ল ৪১,৮০০ কোটি টকা। চলিত বৰ্ষৰ ৩১ জুলাইপর্যন্ত তথ্যৰ ভিত্তিত এই তালিকাখন প্রস্তুত কৰা হৈছে।
দেশৰ ধনী ব্যক্তিৰ তালিকাত ৰামদেৱৰ পতঞ্জলিৰ মুখ্য কার্যবাহী আচার্য বালকৃষ্ণ
ভাৰতৰ ধনী ব্যক্তিসকলৰ তালিকাত বাবা ৰামদেৱৰ পতঞ্জলিৰ মুখ্য কার্যবাহী আচার্য বালকৃষ্ণই স্থান লাভ কৰিছে। বালকৃষ্ণ ২৫,৬০০ কোটি টকাৰ সম্পত্তিৰে মালিক । ‘হাৰুন ইণ্ডিয়া ৰীচ্ছ লিষ্ট-২০১৬’ৰ এফ এম চি জি খণ্ডৰ ধনাঢ্য ব্যক্তিসকলৰ তালিকাত শীর্ষস্থানত আছে ডাবৰৰ আনন্দ বৰ্মন। তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ হ’ল ৪১,৮০০ কোটি টকা। চলিত বৰ্ষৰ ৩১ জুলাইপর্যন্ত তথ্যৰ ভিত্তিত এই তালিকাখন প্রস্তুত কৰা হৈছে।
0 comments:
Post a Comment