গুৱাহাটীৰ দাঁতিকাষৰীয়া পোন্ধৰ মাইল নিবাসী খানছি ছুটিং নামৰ মহিলাগৰাকীৰ ঘৰত মেঘালয়ৰ বর্ণিহাট থানাৰ আৰক্ষীৰ দলে
তালাচী চলাই এই বৃহৎ পৰিমাণৰ জােলনােট জব্দ কৰাৰ লগতে জলনােট প্রস্তুত আৰু সৰবৰাহ কৰা ৭ জন অভিযুক্তক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। এই অভিযুক্তকেইজন হ’ল খািনছি ছুটিঙৰ স্বামী বাবুল আলী, মণিৰুল আনচাৰী (৩০, পাখিৰিগুৰি, গোৱালপাৰা), ইছমাইল আলী (২৮, উত্তৰ কাছাৰ), মানস গগৈ (২৮, দুলীয়াজন), ফিৰােজ খান (মাৰ্ঘেৰিটা), ৰাজু লামা (অৰুণাচল) আৰু হামিদুল আলী (২৫, নুনমাটি)। আৰক্ষীয়ে অভিযুক্তকেইজনে ব্যৱহাৰ কৰা তিনিখন গাড়ী ও জব্দ কৰিছে। পেছাত কাপোৰৰ ব্যৱসায়ী খািনছিছুটিঙৰ গুদামত তালাচী চলাই আৰক্ষীয়ে এটা কার্টনত থােৱা ৬০ লাখ জাল টকা জব্দ কৰে। এই দুষ্কার্যৰ সৈতে খািনছি ছুটিঙৰ স্বামী বাবুল আলী জড়িত বুলি আৰক্ষী নিশ্চিত হৈছে। আৰক্ষীয়ে ঘৰটােত তালাচী চলাই জােলনোট তৈয়াৰ কৰাৰ বাবে ব্যৱহাৰ কৰা কাগজ, অন্যান্য সা-সঁজুলি জব্দ কৰিছে।

0 comments:
Post a Comment