ৰাহুল গান্ধী গুৱাহাটীৰ আদালতত ২৯ ছেপ্তেম্বৰত হাজিৰ হ’ব


Image result for rahul gandhi joking image

আৰ এছ.এছে ৰাহুল গান্ধীৰ বিৰুদ্ধে দিয়া গোচৰত আদালতত ২৯ ছেপ্তেম্বৰত গুৱাহাটীট সোঁশৰীৰে হাজিৰ হ’ব কংগ্ৰেছ উপ-সভাপতিজনে। প্রদেশ কংগ্ৰেছৰ মুখপাত্র অপূর্ব কুমাৰ ভট্টাচার্যই সংবাদ মাধ্যমৰ আগত এই কথা প্রকাশ কৰে। প্রদেশ কংগ্ৰেছৰ উপসভাপতিজনে কয়— অসমৰ জনগণ আৰু আদালতৰ প্ৰতি শ্রদ্ধাশীল কংগ্ৰেছ নেতাগৰাকী। আদালতে দিয়া ৰায়ৰ ভিত্তিত আদালতত হাজিৰ হ’ব কংগ্ৰেছৰ জনপ্রিয় নেতাগৰাকী। উল্লেখ্য, ৰাহুল গান্ধীক বৰপেটা সত্ৰত প্ৰৱেশত আৰ এছ এছৰ সমর্থকে বাধা দিয়া বুলি ৰাহুল গান্ধীয়ে মন্তব্য কৰাৰ পিছত আৰ এছ.এছে ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰ দিছিল। উক্ত গোচৰ সন্দৰ্ভত আদালতে ৰাহুল গান্ধীলৈ চমন জাৰি কৰিছিল
Share on Google Plus

About Unknown

0 comments:

Post a Comment