বাঙ্গালোৰ- গুৱাহাটী এক্সপ্ৰেছত এজনী যুৱতীক ধৰ্ষণ ::: এজনক গ্ৰেপ্তাৰ

তিনিজন লোকে বাঙ্গালোৰ গুৱাহাটী চিটি এক্সপ্ৰেছত এজনী যুৱতীক ধৰ্ষণ কৰাৰ বাতৰি পোৱা গৈছে । যুৱতী গৰাকীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে তিনিচুকীয়াৰ বৰদুমাছাৰ প্ৰহ্লাদ ছেত্ৰী নামৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰিছে যদিও বাকী দুজন পলাবলৈ সক্ষম হৈছে।
Share on Google Plus

About Unknown

0 comments:

Post a Comment