ৰাজধানী এক্সপ্ৰেছৰ টিকটৰ মূল্য বৃদ্ধি :::

আজিৰে পৰা ৰাজধানী, শতাব্দী আৰু দুৰন্ত এক্সপ্ৰেছৰ টিকটৰ মূল্য বৃদ্ধি হৈছে। ৰেল বিভাগৰ এক সূত মতে প্ৰথম ১০% টিকট বৰ্তমানৰ দামত বিক্ৰী কৰা হব। তাৰ পিছত প্ৰতি ১০% টিকটৰ ক্ৰমান্বয়ে ১০% কৈ দাম বৃদ্ধি কৰি সৰ্বাধিক ৫০% দাম লৈ বৃদ্ধি হব। উল্লেখযোগ্য যে বৰ্তমান দেশত ৪২ খন ৰাজধানী এক্সপ্ৰেছ, ৪৬ খন শতাব্দী আৰু ৫৪ খন দুৰন্ত এক্সপ্ৰেছ আছে।
Share on Google Plus

About Unknown

0 comments:

Post a Comment