মধুপুৰ সত্ৰৰ সত্ৰাধিকাৰ AIIMSত চিকিৎসাধীন::::

AIIMSত চিকিৎসাধীন শ্ৰীশ্ৰীমধুপুৰ সত্ৰৰ সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্ত। দুয়োটা বৃক্কই বিকল হৈছে সত্ৰাধিকাৰগৰাকীৰ। শীঘ্ৰে প্ৰয়োজন এটা বি পজিটিভ বৃক্কৰ। সেয়েহে সত্ৰাধিকাৰগৰাকীৰ বাবে এটা বৃক্ক বিচাৰি ৰাইজলৈ গোঁহাৰি জনাইছে সত্ৰাধিকাৰগৰাকীৰ সহযোগী জয়ৰাজ কলিতাই।
Share on Google Plus

About Unknown

0 comments:

Post a Comment