NRC ত জালিয়তি ::: নলবাৰীত আটক অধিবক্তা

নলবাৰীৰ বৰক্ষেত্ৰীৰ ভাঙনাবাৰী চৰৰ বাসিন্দা তথা অধিবক্তা আনোৱাৰ হুছেইনক NRC ত নকল নথি পত্ৰ যোগান ধৰাৰ বাবে আৰক্ষীয়ে আটক কৰিছে। তেওঁ চৰাঞ্চলৰ ২২ জনতকৈ অধিক লোকক বিপুল পৰিমাণৰ ধনৰ বিনিময়ত জন্মৰ ভুৱা প্ৰদান কৰি NRC প্ৰক্ৰিয়া সম্পন্ন কৰোৱাইছিল। পিছত তেওঁ দীৰ্ঘ দিন ধৰি গ্ৰেপ্তাৰৰ পৰা ৰক্ষা পাবলৈ আত্মগোপন কৰি আছিল যদিও আৰক্ষীয়ে তেওঁক আটক কৰিবলৈ সক্ষম হয়।

Share on Google Plus

About Unknown

0 comments:

Post a Comment