কোকৰাঝাৰত NDFB(S)ৰ বিৰুদ্ধে অভিযান:: ৪জন দুৰ্ধৰ্ষ কেডাৰ আটক।

সেনা আৰু আৰক্ষীয়ে আজি কোকৰাঝাৰৰ কাৰিগাওঁত এক অভিযান চলাই চাৰি জন দুৰ্ধৰ্ষ NDFB(S) কেডাৰক আটক কৰিছে। আটক কৰা কেডাৰ কেইজন হৈছে --- ৰাজীৱ নাৰ্জাৰী ওৰফে গোল্ডাম, সম্ভু বসুমতাৰী,  অমিত খাখলাৰী আৰু মনিলাল ব্ৰহ্ম ওৰফে নাগা। তেওঁলোকৰ পৰা এটি ৭.৬৫ পিষ্টল, এটি হস্ত নিৰ্মিত AK 47, এটি ৭.৬২পিষ্টল আৰু বহুতো আপত্তিজনক সামগ্ৰী জব্দ কৰা হৈছে ।

Share on Google Plus

About Unknown

0 comments:

Post a Comment