প্ৰাক্তন বিধায়ক সকলৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক:::

অসমৰ প্ৰাক্তন বিধায়ক সংস্থাৰ পঞ্চম ত্ৰি-বাৰ্ষিক সভাখনি আজি দিছপুৰৰ নতুন হোষ্টেলত অনুষ্ঠিত হয়। উক্ত সভাখনিত মুখ্যমন্ত্ৰী সোণোৱালে উপস্থিত থাকি প্ৰাক্তন বিধায়ক - মন্ত্ৰী সকলক নতুন চৰকাৰখন দিহা পৰামৰ্শ দিবলৈ অনুৰোধ জনায়।
Share on Google Plus

About Unknown

0 comments:

Post a Comment