ডঃ বীৰেন্দ্ৰ নাথ দত্ত আৰু ৰতন থিয়ামলৈ বঁটা

বিশিষ্ট সংগীত শিল্পী , লোক সংস্কৃতিৰ গৱেষক ,পণ্ডিত তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি অধ্যাপক ডঃ বীৰেন্দ্ৰ নাথ দত্তলৈ ৰাষ্ট্রীয় শিক্ষক বঁটা আৰু প্ৰখ্যাত নাট্য শিল্পী তথা সংগীত নাটক একাডেমী বঁটা প্ৰাপক ৰতন থিয়ামলৈ আগবঢ়োৱা হৈছে ৰাষ্ট্ৰীয় কৃতী বঁটা। এই বঁটা আগবঢ়াইছে কে চি দাস কমাৰ্চ কলেজে। এই বঁটাত আছে নগদ এক লাখ টকা আৰু প্ৰসস্তি পত্ৰ । অহা ৫ চেপ্তেম্বৰত এই বঁটা গুৱাহাটীত এক অনুষ্ঠানত প্ৰদান কৰা হব।
Share on Google Plus

About Unknown

0 comments:

Post a Comment