অসমৰ কাৰ্বি আংলঙত হোষ্টেল নিৰ্বানৰ বাবে ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰে ২৫ লাখ টকা আগবঢ়াইছে । সাংসদ পুঁজিৰ অধীনত তেওঁ এই পুজি আগবঢ়াইছে ডিফুৰ ওচৰৰ মাঞ্জাত মানটাই আৰু শ্যাম কমিউনিটিৰ লোকৰ হোষ্টেল নিৰ্মানৰ বাবে । ৰাজ্য সভাৰ সাংসদ শচীনৰ হৈ ইতিমধ্যে মুম্বাইৰ উপায়ুক্তই এখনি পত্ৰ তথা ২৫ লাখ টকাৰ চেক পঠাইছে বুলি জানিবলৈ দিছে জিলাখনৰ উপায়ুক্ত মুকুল গগৈয়ে।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment