উৎকোচ লোৱাৰ অপৰাধত আজি গ্ৰেপ্তাৰ কৰা হৈছে মৰিগাওঁৰ জিলা শিক্ষা বিষয়া তৰুণ বৰাক। আব্দুল বাতেন নামৰ অৱসৰপ্ৰাপ্ত শিক্ষক এজনৰ পৰা পেন্সনৰ ধন মোকলাই দিয়াৰ নামত তেওঁ ২০ হেজাৰ টকা উৎকোচ লওতে হাতে লোটে ধৰা পৰে শিক্ষা বিষয়াজন। তেওঁৰ লগতে আৰক্ষীয়ে কাৰ্যালয় সহায়ক শিৱ বৰুৱাকো গ্ৰেপ্তাৰ কৰা হৈছে।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment