'আকিৰা'ত গীত গালে নাহিদে::: বলিউডত খোজ অসম কণ্যাৰ

ইণ্ডিয়ান আইডল জুনিয়ৰৰ ৰানাৰ্চ আপ অসম কণ্যা নাহিদ আফ্ৰিনে এইবাৰ বলীউদত খোজ পেলালে এগৰাকী গায়িকা হিচাবে । সোণালী সিনহাৰ নৱ নিৰ্মিত 'আকিৰা' নামৰ হিন্দী ছবিখনৰ এটি গীতত  কণ্ঠ দান কৰিছে নাহিদে। ছবিখনৰ ' ৰজ ৰজকে মেন্যু,,,,,' নামৰ গীতটো কণ্ঠ দান কৰিছে। বিশাল শ্বেখৰে সংগীত পৰিচালনা কৰা ছবিখন অহা ২ চেপ্তেম্বৰত মুক্তি লাভ কৰিব।

Share on Google Plus

About Unknown

0 comments:

Post a Comment