মুখ্যমন্ত্ৰীয়ে মিলিত হল দিল্লীত অধ্যয়নৰত শিক্ষাৰ্থীৰ সৈতে:::

নতুন দিল্লীত অধ্যয়নৰত অসমৰ ছাত্ৰ সমাজৰ প্ৰতিনিধিবৰ্গৰ সৈতে কালি মিলিত হয় মুখ্যমন্ত্ৰী সোণোৱাল  । তেওঁলোকৰ অসমৰ প্ৰতি থকা দায়বদ্ধতাৰ প্ৰকাশ দেখি আনন্দিত হয় সোণোৱাল  ।  শিক্ষাৰ্থী সকলে  দিল্লীত সম্মুখীন হৈ অহা তেওঁলোকৰ বহু সমস্যাৰ বিষয়েও অৱগত কৰে মুখ্যমন্ত্ৰীক । পৰ্যায়ক্ৰমে দিল্লীস্থ অসমৰ ছাত্ৰ-ছাত্ৰীসকলৰ অসুবিধাসমূহ দূৰ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হব বুলি আশ্বাস দিয়ে সোণোৱালে ।
Share on Google Plus

About Unknown

0 comments:

Post a Comment