চিলিণ্ডাৰ বিস্ফোৰণ :: ধিংত এজন অগ্নিদগ্ধ

নগাওঁৰ ধিংত আজি হোৱা এক চিলিণ্ডাৰ বিস্ফোৰণত এজন লোক গুৰুতৰ ভাৱে অগ্নিদগ্ধ হয়। চহৰখনৰ হৰে কৃষ্ণ বিবাহ ভৱনৰ ওচৰৰ এখনি চাহ দোকানত এই বিস্ফোৰণ হয়। এই বিস্ফোৰণৰ ফলত দোকান খনৰ মালিক অনিল মণ্ডল অগ্নিদগ্ধ হৈছ।
Share on Google Plus

About Unknown

0 comments:

Post a Comment