ডিব্ৰুগড়ত ছাত্ৰী অপহৰণৰ চেষ্টা ::: দুজনক গ্ৰেপ্তাৰ

এগৰাকী ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰীক আজি অপহৰণ কৰিবলৈ চেষ্টা কৰাক লৈ এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়। ছাত্ৰী গৰাকীয়ে নগাওঁৰ পৰা বাছেৰে আহি কুমাৰছিঙাত নামোতে ছয়জন দুষ্কৃতিকাৰীয়ে ছাত্ৰী গৰাকীক এখনি চুমুত উঠাই অপহৰণ কৰি চৌকিদিং চাৰি চাৰি আলিৰ পিনে নি থাকোঁতে ছাত্ৰী গৰাকীয়ে চিঞৰি দিয়াত তাতেই এৰি দুষ্কৃতিকাৰী সকল পলাই যায়। এই সম্পৰ্কত আৰক্ষী অভিযান চলাই ইমৰান আৰু জোন আলি নামৰ দুজন যুৱকৰ লগতে এখনি টাটা চুমু জব্দ কৰিছে।
Share on Google Plus

About Unknown

0 comments:

Post a Comment