স্বপ্নভংগ:::অলিম্পিকৰ পৰা বিদায় শিৱ থাপাৰ

ৰিঅ' অলিম্পিকৰ প্ৰাৰম্ভিক ৰাউণ্ডতে অভিযান সামৰিছে একমাত্ৰ অসমীয়া হিচাবে দেশক প্ৰতিনিধিত্ব কৰা শিৱ থাপাই। কালি অনুষ্ঠিত বক্সিংৰ বণ্টামৱেইট ৫৬ কেজিৰ শাখাৰ প্ৰথম ৰাউণ্ডৰ মেচখনত শিৱই কিউবাৰ প্ৰতিদ্বণ্ডী ৰবেইছী ৰামিৰেজৰ হাত�ত পৰাস্ত হয়। শিৱই ৰবেইছীৰ হাত�ত ৩--০ ব্যৱধানত হাৰ মানে।

Share on Google Plus

About Unknown

0 comments:

Post a Comment