সন্ত্ৰাসবাদী বুৰহান ওৱানিৰ মৃত্যুৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত তীব্র মতানৈক্য হোৱাৰ লগতে উত্তপ্ত হৈ পৰিছে কাশ্মীৰ । কিন্তু এইহেন অগ্নিগৰ্ভা পৰিস্থিতিকো মুঠেই ভয় কৰা নাই গুজৰাটৰ এজনী মুছলমান কিশোৰীয়ে। তানজিম মেৰানি নামৰ ১৩ বছৰীয়া কিশোৰী গৰাকীয়ে স্বাধীনতা দিৱসৰ দিনা শ্ৰীনগৰৰ লালচকত ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা উৰাবলৈ ইচ্ছা প্ৰকাশ কৰিছে। এইলৈ এখনি পত্নী প্ৰেৰণ কৰিছে প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়লৈ।
Subscribe to:
Post Comments
(
Atom
)
পত্নী প্ৰেৰণ কৰিছে ! :-P
ReplyDelete