কলেজত আৰম্ভ বায়'মেটিক ব্যৱস্থা ::: উপস্থিতিত নাথাকিব সুৰুঙা

অসমৰ চৰকাৰী আৰু প্ৰাদেশীকৃত কলেজৰ উপস্থিতি বায়'মেটিক ব্যৱস্থাৰ দ্বাৰা কৰাৰ ব্যৱস্থা কৰা হৈছে। পহিলা আগষ্টৰ পৰা এই ব্যৱস্থা কাৰ্য্যকৰী কৰা হৈছে । শিক্ষক সকলে কৰ্তব্যত উপস্থিত হোৱাৰ পূৰ্বে বায়'মেটিক যন্ত্ৰত আঙুলিৰ ছাপ দিব লাগিব আৰু কলেজ এৰাৰ আগেয়ে ছাপ দি এৰিব লাগিব । অসম কলেজ শিক্ষক সন্থা আৰু আন সংগঠন কিছুমানে এনে  উপস্থিতিত  ফাকি দিব নোৱাৰা ব্যৱস্থাৰ বিৰোধীতা কৰিছিল যদিও সেয়া নজৰিল চৰকাৰৰ নিৰ্দেশনাৰ পিছত।

Share on Google Plus

About Unknown

0 comments:

Post a Comment