কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীয়ে বাৰানসীত কালি এখনি ৰোড শ্বোত অংশ গ্ৰহণ কৰোতে হঠাতে অসুস্থ হয়। সমাগত উত্তৰ প্ৰদেশৰ বিধান সভাৰ নিৰ্বাচনক কেন্দ্র কৰি এই ৰোড শ্বোটিৰ আয়োজন কৰিছিল কংগ্ৰেছ দলে। �অসুস্থ �ছোনিয়াক দিল্লীলৈ উভতাই আনি ততাতৈয়াকৈ আৰ্মী হস্পিতালত ভৰ্তি কৰা হয়। বৰ্তমান তেওঁৰ অৱস্থা সুস্থিৰ আৰু বিপদ মুক্ত ।
Subscribe to:
Post Comments
(
Atom
)

0 comments:
Post a Comment