আগন্তুক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ৰাজ্যৰ আইন শৃংখলা পৰিস্থিতি সম্পৰ্কে বুজ লোৱাৰ উদ্দেশ্যে আজি এখনি বৈঠক অনুস্থিত হয়। মুখ্যমন্ত্ৰী সোণোৱাল, আৰক্ষী সঞ্চালক প্ৰধান মুকেশ সহায়ৰ লগতে ভালে কেইজন উচ্চ পদসদস্থ বিষয়া উক্ত বৈঠকত উপস্থিত থাকে। স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত যাতে আলফা, এন ডি এফ বিকে আদি কৰি উগ্ৰপন্থী সংগঠন সমূহে যাতে কোনো কুটাঘাট মূলক কাৰ্য সংঘটিত কৰিব নোৱাৰে তাৰ বাবে সকলোকে সস্তম হৈ থাকিবলৈ নিৰ্দেশ দিয়া হয়।
Home / Uncategories / ৰাজ্যৰ আইন শৃংখলা পৰিস্থিতি সম্পৰ্কত মুখ্যমন্ত্ৰীৰ পৰ্যালোচনা বৈঠক:: স্বাধীনতা দিৱসক লৈ উদ্বিগ্ন আৰক্ষী- প্ৰশাসন
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment