হীৰুদাৰ এটি কবিতাৰে জন্ম দিনত তেখেতক শ্ৰদ্ধাৰে সোঁৱৰিছো.....
******************************
তুমিতো জানাই এই কবিৰ
আৰু একো নাই
এটাই মাথোঁ কামিজ
তাৰো ছিগো ছিগো চিলাই
প্ৰেম নিশ্চয় এনেকুৱাই
আৱৰণ খুলি হৃদয় জুৰাই।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment