বন মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই কাজিৰঙাত গড় হত্যাৰোধৰ বাবে বিশেষ তৎপৰাত লোৱাৰ ফলশ্ৰুতিতে আৰু আজি তিনিজন চোৰাং গড় হত্যাকাৰী আৰক্ষীৰ জালত পৰিল। অসম আৰক্ষী আৰু বিশেষ কৰ্ম বাহিনীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ কলিয়াবৰত এক অভিযান চলাই তিনিজন চোৰাং গড় হত্যাকাৰীক আটক কৰিবলৈ সক্ষম হৈছে । তেওঁলোক হৈছে মনিৰাম ওৰাং, ফটু মাৰাক আৰু কৰ্ণ লামা। তেওঁলোকৰ পৰা এটি ২২ ৰাইফল, এটি ৩০৩ ৰাইফল আৰু ৩৭ জাই গুলী উদ্ধাৰ হৈছে।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment