আমেৰিকাৰ বিখ্যাত কলম্বিয়া বিশ্ববিদ্যালয়ৰ সৈতে শিক্ষা বিভাগৰ এখনি চুক্তি কালি শিক্ষা মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্ম্মাৰ উপস্থিতি সম্পাদন হয়। আদৰ্শ বিদ্যালয় সমূহৰ শিক্ষাৰ্থীক গুণগত শিক্ষা উপলব্ধ কৰোৱাৰ লক্ষৰে ' মডেল ডিষ্ট্ৰিক্ট এডুকেচন প্ৰজেক্ট' ৰূপায়নৰ সন্দৰ্ভত এই চুক্তি সম্পাদন কৰা হয়। কলম্বিয়া বিশ্ববিদ্যালয়ৰ জ্যেষ্ঠ উপদেষ্টা ডঃ নিৰুপম বাজপেয়ীয়ে উক্ত প্ৰজেক্টৰ জৰিয়তে শিক্ষাৰ মানদণ্ড যথেষ্ট উন্নত হব বুলি মত পোষণ কৰি বিভিন্ন পৰামৰ্শ আগবঢ়ায় । উল্লেখ্য যে প্ৰাৰম্ভিক পৰ্যায়ত তিনি জিলাৰ ৫০ খন বিদ্যালয়ক এই প্ৰজেক্টত অন্তৰ্ভুক্ত কৰা হৈছে।
Home / Uncategories / শিক্ষা বিভাগৰ বিশেষ পদক্ষেপ :: কলম্বিয়া বিশ্ববিদ্যালয়ৰ সৈতে শিক্ষা বিভাগৰ চুক্তি
Subscribe to:
Post Comments
                            (
                            Atom
                            )
                          

0 comments:
Post a Comment