আমেৰিকাৰ কলম্বিয়া বিশ্ববিদ্যালয়ৰ সৈতে শিক্ষা বিভাগে কালি এখনি চুক্তি শিক্ষা মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্ম্মাৰ উপস্থিতি সম্পাদন কৰে। আদৰ্শ বিদ্যালয় সমূহৰ শিক্ষাৰ্থীক প্ৰকৃত গুণগত শিক্ষা উপলব্ধ কৰোৱাৰ লক্ষেৰে' Model District Education Project ' ৰূপায়নৰ সন্দৰ্ভত এই চুক্তি সম্পাদন কৰা হয়। কলম্বিয়া বিশ্ববিদ্যালয়ৰ জ্যেষ্ঠ উপদেষ্টা ডঃ নিৰুপম বাজপেয়ীয়ে উক্ত প্ৰজেক্টৰ দ্বাৰা শিক্ষাৰ মান যথেষ্ট উন্নত হব বুলি মত পোষণ কৰি এই সম্পৰ্কত ভালে কেইটা পৰামৰ্শ আগবঢ়ায় । উল্লেখ্য যে সম্প্ৰতি তিনিখন জিলাৰ ৫০ খন জিলাত এই প্ৰজেক্টৰ কাম চলিব ।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment