Home / Uncategories / ২৯ জুলাইত বেংক কৰ্মচাৰীৰ ধৰ্মঘট:: দেশ জুৰি ব্যাহত বেংক সেৱা
২৯ জুলাইত বেংক কৰ্মচাৰীৰ ধৰ্মঘট:: দেশ জুৰি ব্যাহত বেংক সেৱা
All India Bank Emloyees Association (AIBEA) য়ে অহা ২৯ জুলাইত তেওঁলোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ দাবীত ধৰ্মঘট পালন কৰিব। প্ৰায় ১০লাখ বেংক কৰ্মচাৰীৰ এই ধৰ্মঘটৰ ফলত বেংকৰ প্ৰায় ৮০ হেজাৰ শাখাত বেংক সেৱা বন্ধ হৈ পৰিব।
0 comments:
Post a Comment