তুৰ্কীৰ সীমান্তৱৰ্তী ছিৰিয়ান চিটিত আজি দিনৰ ভাগত এক ভয়ংকৰ বোমা বিস্ফোৰণ হয়। এই বিস্ফোৰণত ৩১ জন লোকৰ মৃত্যু হয়। লগতে ১৭০ জন লোক আঘাত প্ৰাপ্ত হয়। ইয়াৰ ভিতৰৰ কেইজনমানৰ অৱস্থা সংকটজনক। বিস্ফোৰণটি সংঘটিত হৈছে কুৰডিছ প্ৰশাসনৰ হাছাকা প্ৰভিন্সত। এটি বিস্ফোৰণ এখনী কাৰৰ পৰা আৰু আন এটা বাইক এখনৰ পৰা হৈছিল । এই বিস্ফোৰণ আইছিছয়ে সংঘটিত কৰা বুলি দায়িত্ব স্বীকাৰ কৰিছে ।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment