আজিৰে পৰা বিধান সভাৰ অধিৱেশন::: সাজু শাসক - বিৰোধী

অসম বিধান সভাৰ বাজেট অধিবেশন আজিৰে পৰা আৰম্ভ হৈছে। এই অধিবেশন অহা ১২ আগষ্ট লৈ চলিব আৰু মুঠ কৰ্মদিন হব ১৫ দিন। এই অধিবেশনত বহু কেইখন বিধেয়ক উত্থাপন হব। অহা ২৬ জুলাইত দাখিল কৰা হব বাজেট। এইবাৰৰ বিধান সভাৰ অধিবেশনত এইমছ, বান,ভেট বৃদ্ধি , মূল্য বৃদ্ধি ,তৈলক্ষেত্ৰ নিলাম আদি ভালেমান জ্বলন্ত সমস্যাক লৈ বিৰোধীয়ে  উত্তাল কৰাৰ পূৰ্ণ  সম্ভাৱনা আছে। আনহাতে , বিৰোধীৰ সকলো ধৰণৰ সমালোচনা আৰু প্ৰশ্নৰ প্ৰতুত্তৰ দিবলৈ সাজু হৈছে শাসক পক্ষই।

Share on Google Plus

About Unknown

0 comments:

Post a Comment