জেহাদীৰ কাৰ্যকালাপক লৈ উদিগ্ন চৰকাৰ:: সৈনিক বৰ্ডৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক

অসমত জেহাদীৰ কাৰ্য যাতে সম্পাদন নহয় তাৰ বাবে ৰাজ্য চৰকাৰ সস্তম হৈছে। আজি এইলৈ মুখ্যমন্ত্ৰীৰ সৈনিক বৰ্ডৰ লগত এখনি বৈঠক অনুষ্ঠিত হয়। বৈঠকত সৈনিক বৰ্ডক জেহাদী কাৰ্যকালাপৰ বিৰুদ্ধে ৰাইজক সজাগ কৰিবলৈ এখনি সমাবেশৰ আয়োজন কৰিবলৈ আহ্বান জনায়। মুখ্যমন্ত্ৰীয়ে লগতে প্ৰাক্তন সৈনিক সকলকো সমাজত দেশ প্ৰেম বৃদ্ধি কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিবলৈ পৰামৰ্শ আগবঢ়ায়। বৈঠকত দিঘলীপুখুৰীৰ পাৰত শৰাইঘাটৰ যুদ্ধৰ এটি স্মাৰক নিৰ্মাণ কৰি এবছৰৰ ভিতৰত ৰাইজৰ বাবে মুকলি কৰাৰ সিদ্ধান্ত লোৱা হয়।

Share on Google Plus

About Unknown

0 comments:

Post a Comment