কাজিৰঙাত বানপানীত মৃত্যু ৮ টাকৈ গড়:: ব্যথিত বন্য জন্তু প্ৰেমী

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হোৱা প্ৰৱল বানপানীয়ে অশনি সংকেট কঢ়িয়াই আনিছে পৃথিৱী বিখ্যাত এশিঙিয়া গড়বোৰলৈ। বানপানীয়ে বিস্তীৰ্ণ অঞ্চল বুৰাই পেলোৱাত গড়বোৰে নিৰাপদ স্থান আৰু খাদ্য বিচাৰি যেনিয়ে তেনিয়ে বিচৰণ কৰা পৰিলক্ষিত হৈছে। এতিয়ালৈকে বানত কাজিৰঙাত মৃত্যু হোৱা গড়ৰ সংখ্যা হৈছে ৮ টা। কালিও দুটা গড়ৰ মৃত্যু হৈছে। মৃত্যু হোৱা এটা গড়ৰ বয়স হৈছে ৫ বছৰ আৰু আনটো ২ মহীয়া আছিল। এনেদৰে বানপানীৰ বাবে অসমৰ সম্পদ গড়ৰ মৃত্যুয়ে ব্যথিত কৰি তুলিছে বন্য জন্তু প্ৰেমী সকলক।

Share on Google Plus

About Unknown

0 comments:

Post a Comment