চুবুৰীয়া দেশ চীনে জাংমু প্ৰকল্পৰ বাবে বৃহৎ বান্ধ বান্ধিছে। উক্ত প্ৰকল্পৰ অধীনত চীনে ছিয়াং নদী( অসমত যাক ব্ৰহ্মপুত্ৰ বুলি কও)ত বন্ধা এই বান্ধবোৰে সমগ্ৰ পৰিবেশ নষ্ট কৰাৰ লগতে ব্ৰহ্মপুত্ৰ নৈৰ ওপৰত প্ৰভাৱ পেলাব । ফলত এই প্ৰকল্পৰ বাবে অৰুণাচল, অসমকে ধৰি ক্ষতিগ্ৰস্থ হব উত্তৰ পূৰ্বাঞ্চল। সেয়ে অৰুণাচলৰ সাংসদ নিং এৰিঙে বিষয়টি কালি সংসদত উত্থাপন কৰি এইক্ষেত্ৰত বিহিত ব্যৱস্থা লবলৈ কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনাইছে।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment