হীৰুদাৰ ৰচিত জনপ্ৰিয় এটি গীত....
বকুল ফুলৰ দৰে
জোনাকৰ পখী উৰে
এন্ধাৰে এন্ধাৰে
নীলিমাৰ আচলেৰে
টুপে টুপে
চকুপানী সৰে
বকুল ফুলৰ দৰে
মনৰ নিজানত
অকলশৰে অকলশৰে
আকাশৰ সিপাৰে
ৰৈ আছে মোৰ আকাশ
নীৰৱে ...
বকুল ফুলৰ দৰে,,
হীৰুদাৰ ৰচিত জনপ্ৰিয় এটি গীত....
বকুল ফুলৰ দৰে
জোনাকৰ পখী উৰে
এন্ধাৰে এন্ধাৰে
নীলিমাৰ আচলেৰে
টুপে টুপে
চকুপানী সৰে
বকুল ফুলৰ দৰে
মনৰ নিজানত
অকলশৰে অকলশৰে
আকাশৰ সিপাৰে
ৰৈ আছে মোৰ আকাশ
নীৰৱে ...
বকুল ফুলৰ দৰে,,
Reviewed by Unknown
on
18:52:00
Rating: 5
0 comments:
Post a Comment