অসমৰ বানপানী আৰু গৰাখহনীয়া সমস্যাৰ সমাধানৰ বাবে সোণোৱাল চৰকাৰে এখনি বিশেষজ্ঞ সমিতি গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । এসময়ত চীনৰ চকুলো হিচাবে জনাজাত হোৱা হোৱাং হো নদীক কেনেকৈ চীন দেশে নিয়ন্ত্ৰণ কৰি এতিয়া হাঁহিলৈ ৰূপান্তৰ কৰিলে তাৰ এক ক্ষেত্ৰ ভিত্তিক অধ্যয়ন কৰিবলৈ প্ৰতিনিধি দল এটি চীন দেশলৈ প্ৰেৰণ কৰিব। উক্ত বিশেষজ্ঞৰ দলটিয়ে সমগ্ৰ বিষয় অধ্যয়ন কৰি অনুৰূপ ধৰণে ব্ৰহ্মপুত্ৰ নদীক নিয়ন্ত্ৰণ কৰি অসমৰ বানপানী আৰু গৰাখহনীয়া ৰোধৰ পদক্ষেপ গ্ৰহণ কৰিব ।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment