অসম লোক সেৱা আয়োগত অবাধ দুৰ্নীতিৰ পোহাৰ মেলা অধ্যক্ষ ৰাকেশ পাল পুনৰ বিতৰ্কৰ মাজত সোমা�ই পৰিছে। বিগত কালছোৱাত চলা সীমাহীন দুৰ্নীতিৰ ফলত APSC ৰ প্ৰতি ৰাইজৰ কোনো আস্থা নোহোৱা হৈছিল । দুৰ্নীতি আৰু অনিয়মৰ বাবে বহুতো যোগ্য প্ৰাৰ্থীক বঞ্চিত কৰি অযোগ্য জনেক চাকৰিৰ বাবে নিৰ্বাচিত কৰিছিল । সেয়ে আয়োগটোৰ সংস্কাৰৰ বাবে মুখ্যমন্ত্ৰী সোণোৱালে কেবাটাও পৰামৰ্শ আগবঢ়াইছিল। তাৰ ভিতৰত এটা আছিল মৌখিক পৰীক্ষা ভিডিঅ ৰেকৰ্ডিং কৰি তিনি ঘন্টাৰ ভিতৰত ফলাফল ঘোষণা কৰা। কিন্তু অধ্যক্ষ গৰাকীয়ে মুখ্যমন্ত্ৰীৰ প্ৰস্তাৱক নস্যাৎ কৰি তেনেকৈ ফলাফল ভগৱানেহে দিব পাৰিব বুলিহে মন্তব্য কৰে। এতিয়া ভালেমান সংগঠনে অধ্যক্ষ গৰাকীৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰি দুৰ্নীতিৰ পৰা APSCক মুক্ত কৰিবলৈ দাবী জনাইছে।
Subscribe to:
Post Comments
(
Atom
)
ৰাকেশ পালে ইমান সাহস ক’ত পালে ???
ReplyDeleteApsc service to nijor personal property buli vabise neki?
ReplyDelete