জম্মুকাশ্মীৰৰ এল অ' চি আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্তত পাকিস্তানী ৰেঞ্জাৰ্ছে বিগত ২৪ ঘণ্টাত যুদ্ধবিৰতি উলংঘনেৰে প্ৰচণ্ড গুলীবর্ষণ আৰু ম'ৰ্টাৰ বোমা নিক্ষেপ কৰাত দুগৰাকী মহিলা, দুজন কিশোৰ, এগৰাকী কিশোৰীসহ ৯জনে প্ৰাণ হেৰুৱায়। সীমান্তৰ সিপাৰৰ এই আক্ৰমণত ২০জনতকৈ অধিক লোক আহত হয়। উৰিত পাক সন্ত্রাসবাদীৰ ভয়াৱহ আক্ৰমণৰ পোটক তুলি ভাৰতীয় সেনাই পাক অধিকৃত কাশ্মীৰত চলোৱা 'ছাৰ্জিকেল ষ্ট্রাইক’ৰ পাছত ৬০ বাৰতকৈও অধিক যুদ্ধবিৰতি উলংঘন কৰা পাক সেনাৰ দ্বাৰা একক দিনত ভাৰতীয় ভূমিত জনসাধাৰণৰ বৃহৎ ক্ষতি বুলি বিবেচিত হৈছে।
জম্মু-কাশ্মীৰত ৯ নিৰীহ লোকৰ প্রাণহানি, আহত ২০

0 comments:
Post a Comment