প্রয়াত সাংবাদিক পৰাগ কুমাৰ দাসে আলফাক এইকেইটা কাম কৰিবলৈ কৈছিলঃ
1. চাহ বাগান, চৰৰ লোকক সংগ্ৰামত চামিল
2. ৰাইজৰ আস্থা জয় কৰিব পৰা কাম
3. শুভাকাংক্ষীৰ পৰা বৰঙণি সংগ্ৰহ
2. ৰাইজৰ আস্থা জয় কৰিব পৰা কাম
3. শুভাকাংক্ষীৰ পৰা বৰঙণি সংগ্ৰহ
পৰাগ দাসে এইকেইটা কাম আলফাক বন্ধ কৰিব কৈছিলঃ
1. নীৰিহক হত্যা
2. ধন দাবী
3. দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰক পৃষ্ঠপোষণ
1. নীৰিহক হত্যা
2. ধন দাবী
3. দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰক পৃষ্ঠপোষণ
ইয়াৰে কোনটো আলফাই পালন কৰিলে???
0 comments:
Post a Comment