মহাৰাষ্ট্ৰৰ ঔৰাংগাবাদত দীপাৱলীৰ আনন্দত সকলো মতলীয়া হৈ থকাৰ সময়তে কালি নিশা এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। দীপাৱলী উপলক্ষে চহৰখনৰ জিলা পৰিষদ গ্ৰাউণ্ডত অস্থায়ীভাৱে স্থাপিত আতচবাজীৰ বজাৰত নিশা ১১.৪৫ত হঠাতে সংঘটিত এই অগ্নিকাণ্ডই মুহুর্ততে অঞ্চলটাে আগুৰি ধৰে। সম্পূর্ণ দুঘণ্টাৰ মূৰত অগ্নিনির্বাপক বাহিনীয়ে জুই নির্বপন কৰিবলৈ সক্ষম হয় যদিও বজাৰখনৰ ১৫০ৰো অধিক অস্থায়ী দােকানৰ লগতে প্রায় ৪০খন বাহন সম্পূৰ্ণৰূপে বিধ্বস্ত হয়। অৱশ্যে কোনো লোক হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে।
Subscribe to:
Post Comments
(
Atom
)

0 comments:
Post a Comment