ফ্লিপকাৰ্ট আৰু এমাজনৰ “বিগ দেৱালী ছেল’ আৰু "দা গ্রেট ইণ্ডিয়ান ফেষ্টিভেল


দুর্গোৎসৱৰ দৰে সমাগত দেৱালীতো গ্ৰাহকক আকৰ্ষণৰ বাবে জনপ্রিয় অনলাইন প্রতিষ্ঠান ফ্লিপকাৰ্ট আৰু এমাজনে আৰম্ভ কৰিব “বিগ দেৱালী ছেল’ আৰু "দা গ্রেট ইণ্ডিয়ান ফেষ্টিভেল”। মঙলবাৰৰ মাজনিশাৰ পৰা ২৮ অক্টোবৰলৈকে অব্যাহত থাকিব এই বিশেষ ৰেহাই অভিযান। এই সময়ছােৱাত সাজ-পোছাক, আলংকাৰিক সামগ্ৰী, গেজেট, স্মার্টফোন, ঘৰুৱা আচবাব, এপ্লায়েন্সেছ, ইলেক্ট্রনিক সামগ্ৰী ইত্যাদিৰ বিভিন্ন শাখাত আকষণীয় ৰেহাই আগবঢ়োৱা হ'ব। উল্লেখ্য যে গ্রাহকৰ বাবে এমাজনে ভাৰতীয় ষ্টেট বেংক আৰু ফ্লিপকার্টে চিটি বেংকৰ সহযোগত ক্রেডিট আৰু ডেবিট কার্ড ব্যৱহাৰ কৰা গ্ৰাহকক ১৫% কেছবেকৰ সুবিধাও আগবঢ়াব।
Share on Google Plus

About Unknown

0 comments:

Post a Comment