১) পৃথক বড়ো ৰাজ্যৰ দাবীত এবছুৰ আহ্বায়িত ৰে’লপথ অৱৰোধত স্তব্ধ ৰে’ল যাতায়ত। বাসুগাঁও, টংলাত হাজাৰ হাজাৰ লোকৰ প্ৰতিবাদ। বিভিন্ন স্থানত আৱদ্ধ ৰে’লত যাত্ৰীৰ হাহাকাৰ।
- এবছুৰ ৰে’লপথ অৱৰোধত যাত্ৰীৰ হাহাকাৰ
২) মণিপুৰৰ মুখ্যমন্ত্ৰী ইবোবি সিঙৰ হেলিকপ্টাৰ এম্বুছৰ চেষ্টা সন্দেহযুক্ত NSCN(IM) উগ্ৰপন্থীৰ। উখৰুলত হেলিকপ্টাৰ অৱতৰণৰ সময়তে ধাৰাসাৰ গুলীচালনা। উত্তপ্ত পৰিস্থিতিৰ মাজতে ৰাইজে জ্বলাই দিলে আৰক্ষীৰ বাহন।
- মণিপুৰৰ মুখ্যমন্ত্ৰীৰ হেলিকপ্টাৰত এম্বুছ
- মণিপুৰৰ মুখ্যমন্ত্ৰীৰ হেলিকপ্টাৰত এম্বুছ
৩) ১৭ বছৰৰ অনূৰ্ধ্ব ফিফা বিশ্বকাপ ফুটবলৰ ভ্যেনু নিৰ্বাচিত গুৱাহাটী। সৰুসজাই ষ্টেডিয়াম পৰিদৰ্শন কৰি সন্তুষ্ট ফিফাৰ দলৰ সেউজ সংকেত। নেহৰু ষ্টেডিয়ামক লৈ অসন্তুষ্টি।
- গুৱাহাটীত ১৭ অনূৰ্ধ্ব ফিফা বিশ্বকাপ
- গুৱাহাটীত ১৭ অনূৰ্ধ্ব ফিফা বিশ্বকাপ
৪) চীনা সামগ্ৰী বৰ্জনৰ আহ্বান সত্বেও চৰকাৰ-প্ৰশাসনক বুঢ়া আঙুলি একাংশ ব্যৱসায়ীৰ। ফাঁচীবজাৰত মুকলিকৈয়ে বিক্ৰী হৈছে চীনা সামগ্ৰী। গ্ৰাহকো উবুৰি খাই পৰিছে চীনৰ পৰা দীপাৱলীৰ আতচবাজী-আলোকসজ্জাৰ বজাৰত।
- চীনা সামগ্ৰী বৰ্জনৰ বিপৰীতে অভাৱনীয় বিক্ৰী
- চীনা সামগ্ৰী বৰ্জনৰ বিপৰীতে অভাৱনীয় বিক্ৰী
৫। হাতীৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ ডিমৌত এইবাৰ গজেন্দ্ৰ পূজা। হৰি নামৰ ধ্বনিৰে মুখৰিত পক্ষী অভায়ৰণ্যৰ চৌদিশ। বন বিভাগক ভৰসা নকৰি হাতীৰ পৰা বাচিবলৈ ঈশ্বৰক প্ৰাৰ্থনা।
- এইবাৰ ডিমৌত গজেন্দ্ৰ পূজা
- এইবাৰ ডিমৌত গজেন্দ্ৰ পূজা
0 comments:
Post a Comment