যোৱা ১৬ ছেপ্তেম্বৰৰ পৰা গাড়ীসহ নিখোজ হৈ থকা বৰপেটা চহৰনিবাসী গাড়ীচালক দেৱৰাম দাস (চিৰাজ)ক বৰপেটা আৰক্ষীয়ে সফলতাপূৰ্বক ১৭ চেপ্তেম্বৰৰ নিশা ধুবুৰী জিলাৰ বগুৰীবাৰীৰ পৰা জীৱন্তে উদ্ধাৰ কৰাৰ পিছত কালি বৰপেটা জিলাৰ আৰক্ষী অধীক্ষক শিলাদিত্য চেতিয়াই এক সংবাদ মেল সম্বোধন কৰে৷
IMAGE 1 : বৰপেটা জিলাৰ আৰক্ষী অধীক্ষক শিলাদিত্য চেতিয়াই সংবাদ মেল সম্বোধন কৰাৰ দৃশ্য৷
IMAGE 2 : ১৭ ছেপ্তেম্বৰৰ নিশা বৰপেটা আৰক্ষীয়ে আটক কৰা গাড়ী চুৰিৰ চক্ৰটোৰ ধৃত ছাদ্দাম হুছেইন৷
ফটো:: হিল্লোজ্যোতি তালুকদাৰ ।
ফটো:: হিল্লোজ্যোতি তালুকদাৰ ।


0 comments:
Post a Comment