মৰিয়নিত পূজাৰ প্ৰসাদ খাই ১৫ জন অসুস্থ পূজাৰ প্ৰসাদ পূজাৰ প্ৰসাদ খাই যোৰহাটৰ মৰিয়নিত ১৫ জনকৈ লোক অসুস্থ হৈ পৰিছে। তেওঁলোকে প্ৰসাদ খাই পেটৰ অসুখ, পেটৰ বিষ আৰু বমি হোৱাত মৰিয়নি হস্পিতালত ভৰ্ত্তি কৰা হৈছে । Share on Facebook Share on Twitter Share on Google Plus About Unknown RELATED POSTS মৰিয়নিত পূজাৰ প্ৰসাদ খাই ১৫ জন অসুস্থ Reviewed by Unknown on 19:00:00 Rating: 5
0 comments:
Post a Comment