জিঅ' সন্ত্রাস;;ৰিলায়েন্স আৰু এয়াৰচেলে জিঅ’ৰ প্ৰভাৱক প্রতিহত কৰাৰ বাবে একলগ হল ।


Image result for jio reliance aircel

১.৫ লাখ কোটিটকীয়া মুকেশ আম্বানিৰ ১.৫ লাখ কোটিটকীয়া জিঅ'ই কঁপনি তুলিছে ভাতৃ অনিল আম্বানিৰ ৰিলায়েন্স টেলিকম আৰু এয়াৰচেলৰ সাম্রাজ্যত । জিঅ’ৰ প্ৰভাৱক প্রতিহত কৰাৰ চেষ্টাৰে দেশৰ টেলিকম ক্ষেত্ৰখনৰ দুটা প্রধান কোম্পানী ৰিলায়েন্স কমিউনিকেচনছ আৰু এয়াৰচেলে জিঅ’ৰ প্ৰভাৱক প্রতিহত কৰাৰ চেষ্টাৰে একলগ হােৱাৰ সিদ্ধান্ত লৈছে।দুয়োটা কোম্পানীয়ে একহৈ ৬৫ হেজাৰ কোটিটকীয়া এক বিশাল টেলিকম কোম্পানীৰূপে প্রতিষ্ঠিত হােৱাৰ চেষ্টা
চলাব। অতি কম সময়ৰ ভিতৰতে মুকেশ আম্বানিৰ অধীনৰ ৰিলায়েন্স জিআই এশ নিযুত গ্রাহকক সামৰি লোৱাৰ বাবে আগ্রাসী পদক্ষেপ গ্রহণ কৰাৰ পিচতে এই সিদ্ধান্ত লৈছে। দুয়োটা কোম্পানী চামিল হৈ গঠিত হ’বলগীয়া নতুন ব্যৱসায়িক গোটটাে আৰকম আৰু মেক্সিছ কমিউনিকেচনছ বাহােঁডৰ ৫০ শতাংশকৈ অংশীদাৰিত্ব থাকিব। এই চামিলকৰণৰ ফলত আৰকমৰ ঋণৰ বোজা ২০ হেজাৰ কোটি টকা আৰু এয়াৰচেলৰ ঋণৰ বোজা চাৰি হেজাৰ কোটি টকা হ্রাস পাব।
Reliance Communications and Aircel announced their merger- India Tv
Share on Google Plus

About Unknown

0 comments:

Post a Comment