গুৱাহাটী মেডিকেলত ভুৱা চিকিৎসক:: এজনক গ্ৰেপ্তাৰ

নিজকে চিকিৎসক বুলি চিনাকি দি গুৱাহাটী মেডিকেল কলেজ হস্পিতালত প্ৰৱেশ কৰিব বিচৰা এজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আটক কৰা লোক জন হৈছে প্ৰাঞ্জল ভাগৱতী। তেওঁ চিকিৎসকৰ ভুৱা পৰিচয় পত্ৰ লৈ নিশা হস্পিতালত প্ৰৱেশ কৰিবলৈ লওঁতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ।
Share on Google Plus

About Unknown

0 comments:

Post a Comment