কলিয়াবৰৰ মহকুমাধিপতি মধুমিতা ভাগৱতীক ফটো জালিয়াতি কৰাৰ বাবে নিলম্বিত কৰা হৈছে । বাংলাদেশৰ বানপানীৰ সময়ত উদ্ধাৰ হোৱা হৰিণা পোৱালী এটিক কাজিৰঙাত উদ্ধাৰ হোৱা বুলি তেওঁ চৰকাৰী ৱাটছৱাপ গ্ৰুপলৈ প্ৰেৰণ কৰিছিল । সেইখন ফটোৱে গৃহমন্ত্ৰীক দাখিল কৰা প্ৰতিবেদনত সন্নিবিষ্ট কৰা হৈছিল । তেওঁৰ এই জালিয়াতিৰ বাবে ৰাজ্য চৰকাৰ লজ্জানত হব লগা হোৱাত মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে তেওঁক নিলম্বিত কৰা হয়।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment